কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কাৰণে দেশত অব্যাহত লকডাউনৰ কাৰণে বেছিভাগ ব্যৱসায় লোকচানৰ দিশলৈ গতি কৰাৰ সময়ত এনে এটা ব্যৱসায় আছে যিটোৰে ৰাইজে ভাল উপাৰ্জন কৰি আছে।
লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি কেন্দ্ৰই সাধাৰণ ৰাইজক কম দামত ঔষধ প্ৰদান কৰি আছে। ভৱিষ্যতলৈও চৰকাৰে দেশৰ প্ৰতিখন জিলাত ঔষধৰ সস্তীয়া দোকান খোলাৰ লক্ষ্য লৈছে। আপুনিও এই মতে ঘৰতে বহি ভাল উপাৰ্জন কৰিব পাৰে। উল্লেখ্য যে, সাধাৰণ ৰাইজৰ ঔষধ ক্ৰয় কৰাৰ খৰছ হ্ৰাস কৰিবলৈ মোদী চৰকাৰে ২০১৫চনত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি আঁচনি আৰম্ভ কৰিছিল।
ইয়াৰ জৰিয়তে চৰকাৰৰ লক্ষ্য দেশৰ দূৰ দূৰণিৰ এলেকাত থকা লোকসকলক কম দামত ঔষধ উপলব্ধ কৰোৱা। জনঔষধি কেন্দ্ৰত জেনেৰিক ঔষধ ৯০শতাংশলৈকে কম দামত পোৱা যায়। চৰকাৰে জেনেৰিকা ঔষধসমূহৰ প্ৰচলন বৃদ্ধি কৰাত জোৰ দিছে আৰু ইয়াৰ কাৰণে চৰকাৰে লোকসকলক জনঔষধি কেন্দ্ৰ খোলাৰো সুযোগ প্ৰদান কৰিছে।

লকডাউনত বিক্ৰী হোৱা কোটি টকাৰ ঔষধ–পাতি সন্দৰ্ভত মন্ত্ৰালয়ে বিবৃতিত কৈছিল যে দেশত এতিয়া প্ৰায় ৬,৩০০ৰ ওচৰা–ওচৰি জনঔষধি কেন্দ্ৰ আছে। লকডাউনৰ কাৰণে ক্ৰয় কৰা বা পৰিবহনক লৈ সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মাজতো জনঔষধি কেন্দ্ৰই এপ্ৰিল মাহত ৫২কোটি টকাৰ বিক্ৰী কৰিছে। এই কেন্দ্ৰসমূহে মাৰ্চ মাহত ৪২কোটি টকাৰ বিক্ৰী কৰিছিল। জনঔষধি কেন্দ্ৰই ৰোগীৰ পৰা হোৱাটছএপ আৰু ইমেইলৰ জৰিয়তে ঔষধৰ অৰ্ডাৰ লৈছে যাতে সহজে দৰৱসমূহ ক্ৰয় কৰিব পৰা যায়।
কেনেকৈ খুলিব জনঔষধি কেন্দ্ৰ?
উত্তৰঃ জেনেৰিক মেডিকেল ষ্ট’ৰ আৰম্ভ কৰিবলৈ মুঠ ২.৫লাখ টকা খৰছ হয়। এই সম্পূৰ্ণ খৰছ চৰকাৰে বহন কৰে। চৰকাৰে জেনেৰিক মেডিকেল ষ্টৰ আৰম্ভ কৰিবলৈ তিনি প্ৰকাৰৰ কেটেগৰী প্ৰস্তুত কৰিছে।(1) প্ৰথম কেটেগৰীৰ অধীনত যিকোনো ব্যক্তি, নিবনুৱা ফাৰ্মাচিষ্ট, চিকিৎসক অথবা ৰেজিষ্টাৰ্ড মেডিকেল প্ৰেক্টিচনাৰে ষ্টৰ আৰম্ভ কৰিব পাৰে।
(2) দ্বিতীয় কেটেগৰীৰ অধীনত ট্ৰাষ্ট, এনজিঅ’, প্ৰাইভেট হস্পিটেল, ছচাইটি ছেল্ফ হেল্প গ্ৰুপে সুযোগ লাভ কৰিব।
(3) তৃতীয় কেটেগৰীত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মনোনীত কৰা এজেন্সী সমূহ থাৰিব। ইয়াৰ কাৰণে ১২০স্কোৱাৰ ফুটৰ এলেকা দোকান থকাটো বাধ্যতামূলক। ষ্টৰ আৰম্ভ কৰিবলৈ চৰকাৰৰ ফালৰ পৰা ৯০০ঔষধ উপলব্ধ কৰোৱা হ’ব।
এনেকৈ কৰক আৱেদন–ষ্টৰ খুলিবলৈ আপোনাৰ ওচৰত আপোনাৰ ওচৰত ৰিটেল ড্ৰাগ চেল কৰিবলৈ লাইচেন্স জনঔষধি ষ্টৰৰ নামত থাকিব লাগিব। যিসকল ব্যক্তিয়ে বা এজেন্সীয়ে ষ্টৰ খুলিব বিচাৰে তেওঁলোকে JANAUSHADHI.GOV.IN ত গৈ ফৰ্ম ডাউনলোড কৰিব পাৰে। এপ্লিকেশ্যনখন ব্যুৰ’ অৱ ফাৰ্মা পাব্লিক চেক্টৰ আণ্ডাৰটেকিং অফ ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰৰ নামত পঠিয়াব লাগিব। ব্যুৰ’ অৱ ফাৰ্মা পাব্লিক চেক্টৰ আণ্ডাৰটেকিং অফ ইণ্ডিয়াৰ ঠিকনা জনঔষধিৰ ৱেবছাইটতো উপলব্ধ হ’ব।
প্ৰশ্ন- জনঔষধি কেন্দ্ৰ কোনে খুলিব পাৰে?
উত্তৰ-যিকোন ব্যক্তি অথবা ব্যৱসায়ী, হাস্পতাল, বেচৰকাৰী সংগঠন, ফাৰ্মাচিষ্ট, চিকিৎসক আৰু মেডিকেল প্ৰেক্টিচনাৰে PMJAYৰ অধীনত জনঔষধি কেন্দ্ৰ খুলিবলৈ আৱেদন কৰিব পাৰে। PMJAYৰ অধীনত SC, ST তথা দিব্যাংগ আৱেদন কৰ্তাই ঔষধি কেন্দ্ৰ খুলিবলৈ ৫০,০০০টকালৈকে দৰৱ আগতীয়াকৈ লাভ কৰিব পাৰে। PMJAYত প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি কেন্দ্ৰৰ নামেৰে ঔষধৰ দোকান খুলিব পাৰে।
যদি আপুনি নিজে আৱেদনকৰ্তা তেনেহ’লে আধাৰ (Aadhaar) তথা পেন কাৰ্ড (Pan Card) প্ৰয়োজন হ’ব। যদি কোনো বেচৰকাৰী সংস্থা (NGO), ফাৰ্মাচিষ্ট, চিকিৎসক আৰু মেডিকেল প্ৰেক্টিচনাৰ হয় তেনেহ’লে তেওঁলোকে আধাৰ, পেন, সংস্থা গঠনৰ চাৰ্টিফিকেট তথা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিবষ PMJAYৰ অধীনত ঔষধি কেন্দ্ৰ খুলিবলৈ আপোনাৰ ওচৰত কমেও ১২০বৰ্গ ফুটৰ ঠাই থাকিব লাগে।
প্ৰশ্ন- এই ষ্টৰবোৰৰ দ্বাৰা কিমান উপাৰ্জন হয়?
উত্তৰ-জেনেৰিক মেডিকেল ষ্টৰৰ জৰিয়তে মাহত যিমান দৰৱ বিক্ৰী হয়, তাৰ ২০শতাংশ কমিচন হিচাপে লাভ কৰে। অৰ্থাৎ মাহত যদি আপুনি ১লাখ টকাৰো ঔষধ বেচে তেনেহ’লে সেই মাহত আপুনি ২০হাজাৰ টকালৈকে পাব।
(1) ঔষধৰ প্ৰিণ্ট দামত ২০শতাংশ লাভ।
(2) ২লাখ টকালৈকে এককালীন বিত্তীয় সাহাৰ্য।
(3) জনঔষধি কেন্দ্ৰত ১২মাহৰ বিক্ৰীৰ ১০শতাংশ অতিৰিক্ত ইনচেনটিভ দিয়া হয়। অৱশ্যে এই টকা প্ৰতিমাহে ১০,০০০টকা সৰ্বাধিক হ’ব।
(4) উত্তৰ পূৱৰ ৰাজ্য, মাওবাদী অধ্যূষিত এলেকা, আদিবাসী ক্ষেত্ৰত এই ইনচেনটিভ ১৫শতাংশ হ’ব পাৰে।
(5) এইক্ষেত্ৰততো এই টকা সৰ্বাধিক ১৫,০০০টকালৈকে সীমিত হ’ব পাৰে।

0 Comments